WATCH | Biswanath News : বিশ্বনাথত জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
বিশ্বনাথ,৩০জুন : সাম্প্রতিক ৰাজ্যৰ প্ৰকৃত দুগ্ধ ফাৰ্মৰ গৰাকী, গো পালক, কৃষক সকলক প্রবঞ্চনা কৰি বিজেপি চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু বিধায়ক সকলে প্রকৃত হিতাধিকাৰী সকলক বঞ্চিত কৰি তেওঁলোকৰ আত্মীয়ক,পৰিবাৰক হিতাধিকাৰী সজাই ৰাজ সাহাৰ্য্য যুক্ত গীৰ গাই প্রদান কৰা দুৰ্নীতিৰ বিৰুদ্ধে,অসম প্রদেশ কংগ্রেছ কমিটিৰ নিৰ্দেশ আৰু বিশ্বনাথ জিলা কংগ্রেছ কমিটি আৰু বিশ্বনাথ জিলা কিষাণ কংগ্ৰেছ/গোর্খা কোষৰ সহযোগত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব(Biswanath News)।
গতিকে সকলো স্তৰৰ কংগ্ৰেছ কর্মীক জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা ৰলেলি কৰি তীব্ৰ প্ৰতিবাদ কৰে।
লগতে পঢ়ক : WATCH | Dhemaji News : ধেমাজি নগৰত গীৰ গাইক লৈ জিলা কংগ্ৰেছৰ উদ্যোগত উত্তাল প্ৰতিবাদ