Local, Vocal, Global

WATCH | Biswanath News : বিশ্বনাথ আৰক্ষীয়ে দাহ কৰে ২ কোটি ৮০ লাখ টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথ,২৬জুন : বিশ্বনাথ আৰক্ষীয়ে দাহ কৰে ২ কোটি ৮০ লাখ টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী ৷

বিশ্বনাথৰ পানী ভড়ালস্থিত নতুন আৰক্ষী চাউনীত জব্দকৃত নিচাজাতীয় দ্ৰব্য সমূহ দাহন কৰা হয়(Biswanath News)৷

বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱা,অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষি চৌধুৰী আৰু কাৰ্যবাহী দণ্ডাধীশ ধীমন হাজৰিকা উপস্থিতি থাকে ৷

লগতে পঢ়ক : WATCH | Jorhat News : ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা এল্টো বাহনৰ চালকৰ