WATCH | Biswanath News : অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বিশ্বনাথত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট

বিশ্বনাথ,১৯জুন : অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বিশ্বনাথত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৷
বিশ্বনাথত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ দেশৰ লগতে বিশ্বনাথতো দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিভিন্ন চৰকাৰ বিৰোধি শ্লোগান দি উত্তাল অৱস্থান ধৰ্মঘট কৰে(Biswanath News)৷
মিজোৰাম নাগালেণ্ড অৰুণাচল মেঘালয়ে অবৈধভাবে ভূমি বেদখল কৰি আছে সেই মাটি বেদখল মুক্ত কৰিব গ’লে নিজৰ চকী যাব বুলি বেদখল মুক্ত কৰা নাই বুলি প্ৰতিবাদীয়ে মন্তব্য কৰে ৷
লগতে পঢ়ক : WATCH | African swine fever : মঙলদৈত গাহৰিৰ দেহত ধৰা পৰে আফ্ৰিকান ছোৱাইন ফিভাৰ