WATCH | Biswanath News : কাইলৈৰ পৰা ২ মাহৰ বাবে বন্ধ কৰি দিয়া হ’ব কাটিগড়া-বদৰপুৰ দলং
শিলচৰ,২০মে : কাইলৈৰ পৰা ২ মাহৰ বাবে বন্ধ কৰি দিয়া হ’ব কাটিগড়া-বদৰপুৰ দলং। ৬ নং ৰাষ্ট্রীয় ঘাইপথৰ বৰাক নৈৰ ওপৰত আছে দলংখন।
ইয়াৰভাৱে ইতিমধ্যে সাজু কৰি ৰখা হৈছে এখন ফেৰিঘাট। দলং বন্ধ হোৱাৰ পিচত এই ফেৰিঘাট যোগেদি যাতায়াত কৰিব যাত্রীসকল। যাৰ বাবে দলংৰ নিলগত থাকা IWT বিভাগৰ অধীনত চলা ছিদ্দেশ্বৰ ফেৰিঘাটক সাজু কৰি ৰাখিছে বিভাগটোয়ে(Biswanath News)।
যাত্রীসকলৰ সুবিধাৰ শিলচৰ পৰা অনা হৈছে ২ খন ইঞ্জিন চালিত নাও। এই নাৱৰে কাটিগড়া আৰু বদৰপুৰ মাঝত চলিব যাতায়াত। কিন্তু যানবাহন লৈ নাৱৰে যাতায়াত কৰিব নোৱাৰিব। বিভাগটোৰ ২০ জন কর্মী থাকিব ফেৰিঘাটটোত। প্রসংগত, দলংখন বন্ধ হোৱাৰ পিচত শিলচৰ-কালাইন ৰোডে যাতায়াত কৰিব গধুৰ যানবাহন। TRK ৰোডে যাতায়াত কৰিব সৰু বাহন।
লগতে পঢ়ক : WATCH | Barpeta News : বৰপেটাৰ দাবালিয়া পাৰাত আজৱ ঘটনা