Local, Vocal, Global

Biswajit Daimary convoy met an accident: বঙাইগাঁৱত দুৰ্ঘটনাত পতিত বিশ্বজিৎ দৈমাৰীৰ কনভয়ৰ বাহন

নিউজ ডেস্ক,২৯ এপ্ৰিল : বঙাইগাঁৱত দুৰ্ঘটনাত পতিত বিশ্বজিৎ দৈমাৰীৰ কনভয়ৰ বাহন। এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ কনভয়ৰ বাহনৰ(Biswajit Daimary convoy met an accident in Bongaigaon)।

জানিব পৰা মতে দুৰ্ঘটনাগ্রস্ত বাহন খনত নাছিল বিশ্বজিত দৈমাৰী । তেওঁৰ দুৰ্ঘটনাগ্রস্ত বাহনখনত বিশ্বজিত দৈমাৰী দেহৰক্ষী আছিল। এই দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হয় দেহৰক্ষী(Biswajit Daimary convoy met an accident)।

লগতে পঢ়ক : Show cause notice issued for Tripura BJP MLA : নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে