WATCH | Bilasipara News : বিকশিত ভাৰতৰ সুশাসন,সুসেৱা,গৰীৱ কল্যাণৰ ১১ বছৰ উপলক্ষে বিলাসীপাৰাত অমৃতকাল উৎসৱ উদযাপন
বিলাসীপাৰা,১৪জুন : বিকশিত ভাৰতৰ সুশাসন,সুসেৱা,গৰীৱ কল্যাণৰ ১১ বছৰ উপলক্ষে বিলাসীপাৰাত অমৃতকাল উৎসৱ উদযাপন ।
অমৃতকাল উৎসৱ উপলক্ষে আজি জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰে। অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ ড° অশোক কুমাৰ সিংহীয়ে সাংবাদিক সকলক সম্বোধন কৰে(Bilasipara News)।
তেওঁ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বাবে ৰূপায়ণ কৰা উন্নয়ণমূলক আচঁনি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা কৰে। সংবাদমেলখনত জিলা সভাপতি দেবজিৎ বৰকলিতা,সম্পাদকদ্বয় ক্ৰমে দীপেশ দাস, ৰমেশ ৰায়,বিলাসীপাৰা মণ্ডলৰ সভাপতি দেবজিৎ চক্ৰৱৰ্তীকে বিষয় ববীয়া,কৰ্মীসকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Dergaon News : প্ৰকৃতিৰ লগত অধিক সময় উৎসৰ্গা কৰা এজন ব্যক্তি