Local, Vocal, Global

Watch | Bilasipara News : বিলাসীপাৰাত বতৰ কাল ৰূপ

বিলাসীপাৰা: বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে ৰাজ্যত মুষলধাৰ বৰষুণ ঠায়ে ঠায়ে ধুমুহা তাণ্ডৱ।নিশাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত মুষলধাৰ বৰষুণ।
২৯ খন জিলালৈ ৰেড এলাট জাৰি।
ঠিক তেনেদৰে বিলাসীপাৰাতো বৰষুণ আৰু ধুমুহা তাণ্ডৱ লীলা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বগৰীবাৰীত বাছ গাড়ীৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ।
ৰাজ্যত অহা ৭ দিন লৈ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান জানিবলৈ দিয়ে।