Local, Vocal, Global

WATCH | Bilasipara News : বিলাসীপাৰাত AIUDF যুৱ মৰ্চাৰ উত্তাল প্ৰতিবাদ

বিলাসীপাৰা,২৯মে’ : বিলাসীপাৰাত AIUDF যুৱ মৰ্চাৰ উত্তাল প্ৰতিবাদ। বিলাসীপাৰা বিৰসিং AIUDF ৰ যুৱ মৰ্চাৰ উদ্যোগত সাব্যস্ত কৰে এই প্ৰতিবাদ। ভাৰতীয় নাগৰিকক বিদেশী নামত অত্যাচাৰ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ(Bilasipara News)।

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ মুৰ্দাবাদ, ভাৰতীয় নাগৰিকক বিদেশী নামত অত্যাচাৰ বন্ধ কৰক, ডি- ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা বন্ধ কৰক, আৰক্ষীৰ দ্বাৰা ৰাতিৰ আন্ধাৰত দুৰ্ষৰ্ধ ডকাইতৰ নিচিনা উঠাই অহা বন্ধ কৰক,আদি বিভিন্ন শ্লো-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নেত কৰ্মী সকলে।

লগতে পঢ়ক : WATCH | Man dies while bathing in pond: ঘৰৰ কাষতে থকা পুখুৰী সদৃশ গাঁতত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী বৃদ্ধৰ