Local, Vocal, Global

WATCH | Bilasipara News : বিলাসীপাৰাৰ ডুবাচুৰীত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

বিলাসীপাৰা,৮মে’ : বিলাসীপাৰাৰ ডুবাচুৰীত নিৰ্বাচন কেন্দ্ৰিক সংঘাত।

দুই নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত চলিল এই সংঘাত।

প্ৰথমে বাক-বিতণ্ডা ,তাৰ পিছতে সংঘটিত হয় ভয়ংকৰ মাৰপিট(Bilasipara News)।

এজন প্ৰাৰ্থীৰ ঘৰৰ সন্মুখত আনজন প্ৰাৰ্থীৰ সমৰ্থকৰ অৱস্থান কৰি উত্তপ্ত পৰিস্থিতি।

পিছত ঘটনাস্থালীত বিলাসীপাৰা আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ঘটনাক কেন্দ্ৰ কৰি গাওঁ খনত চেপা উত্তেজনা চলি আছে।

লগতে পঢ়ক : WATCH | Heated situation : চাপৰৰ ২০৮৪ নং ঘুনিমাৰী এল পি স্কুলৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি