WATCH | Bilasipara News : বিলাসীপাৰাত ধুবুৰী জিলা ৰাইজৰ দলৰ সভাপতি জামাল হকৰ সংবাদমেল সম্বোধন
বিলাসীপাৰা,২৭এপ্ৰিল : বিলাসীপাৰাত ধুবুৰী জিলা ৰাইজৰ দলৰ সভাপতি জামাল হকৰ সংবাদমেল সম্বোধন।
সমাগম পঞ্চায়ত নিৰ্বাচন ৰাইজৰ দলৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ সন্দৰ্ভত এই সংবাদ মেল সম্বোধন কৰে সভাপতি গৰাকীয়ে।
এই সংবাদ মেলত ৰাইজৰ দলৰ সভাপতি জামাল হকে উভতি ধৰে AIUDFৰ গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানক। উভতি ধৰি কয় যে ২০২৪ ত AIUDF ক বিদায় দিছে ধুবুৰীৰ ৰাইজে(Bilasipara News)।
এইবাৰ পঞ্চায়ত নিৰ্বাচনত AIUDF য়ে দলৰ পৰা গাঁৱে গাঁৱে টকা দি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ অভিযোগ সভাপতি গৰাকীৰ। পূৰ্বতে বিধায়ক নিজানুৰ ৰহমানে ৰাইজৰ দলৰ গণভিক্ত নাই আৰু TRPৰ কাৰণে পঞ্চায়ত নিৰ্বাচন খেলিছে বুলি নিৰ্বাচনী সভাত মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে।