Local, Vocal, Global

WATCH | Bilasipara News: বিলাসীপাৰাত সক্ৰিয় অবৈধ বালি আৰু চোৰাং কাঠ ব্যৱসায়ী চক্ৰ

বিলাসীপাৰা,২০ফেব্ৰুৱাৰী : বিলাসীপাৰাত সক্ৰিয় অবৈধ বালি আৰু চোৰাং কাঠ ব্যৱসায়ী চক্ৰ ।

চক্ৰৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমা দণ্ডাধীশ আৰু শালকোচা বন বিভাগৰ অভিযান ।

অভিযানত চৰাঞ্চলৰ গোৱালেৰচত এটা অবৈধ কাঠ ফলা কল আৰু অবৈধ বালি কঢ়িওৱা দুখন ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়(Bilasipara News)।

অৱশ্যে অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে অবৈধ চক্ৰ দুটাৰ সদস্য সকলে।

পিছত জব্দ কৰা কাঠ ফলা কলটো আৰু ট্ৰেক্টৰ দুখন ৰোকাখাতা খণ্ড বন কাৰ্যালয়লৈ নিয়ে।

লগতে পঢ়ক : WATCH | Partbatjhara News: পৰ্বতঝোৰাৰ মহামায়াত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মিছনৰ ব্লক পৰ্যায়ৰ সভা