BTR Accord Day: বিটিআৰ শান্তি চুক্তি দিৱস উপলক্ষে মুছলপুৰত বাইক সমদল
মুছলপুৰ,২৭জানুৱাৰী : আজি বিটিআৰ শান্তি চুক্তি দিৱস । ২০২০ চনৰ ২৭ জানুৱাৰীত হৈছিল এই চুক্তি । আজি শান্তি চুক্তি দিৱস উপলক্ষে বাক্সাৰ মুছলপুৰত মুছলপুৰ জিলা ইউপিপিএলৰ উদ্যোগত উলিওৱা হৈছে বাইক সমদল(BTR Accord Day) ।
এই সমদল উদ্ধোধন কৰি মুছলপুৰ জিলা ইউপিপিএলৰ প্ৰশাসনিক সম্পাদক দয়াল শৰণীয়াই আজি বিটিআৰ শান্তি চুক্তিৰ পঞ্চম বৰ্ষ উপলক্ষে বাইক সমদল উলিওৱা বুলি উল্লেখ কৰে । তেওঁ এই শান্তি চুক্তিৰ পিছৰে পৰা বিটিআৰত শান্তি আহিছে বুলি কৈ পূৰ্বৰ দৰে ভয়-শংকা নথকা বুলি মন্তব্য কৰে( Bike rally in Mushalpur for BTR accord day)।
লগতে পঢ়ক :Me-Dam-Me-Phi :চতিয়াৰ মূলা গাভৰু মৈদাম আৰু মে-ডাম-মে-ফি