Local, Vocal, Global

WATCH | Bihu workshop : সোণাপুৰত অনুষ্ঠিত বিহু নাচ কৰ্মশালা ২০২৫ সামৰণি

সোণাপুৰ,১২এপ্ৰিল : সামৰণি পৰিল সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আন্তঃ সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা বিহু নাচ কৰ্মশালা ২০২৫ ।

উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাস, বেহাৰবাৰী আউটপোষ্ট ৰ অভিনেত্ৰী কৃষ্ঠিনা বৰুৱা লগতে বহুকেইগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে(Bihu workshop)।

লগতে পঢ়ক : WATCH | Hanuman Jayanti 2025 : সোণাৰিৰ টিকয়ক চাহ বাগিচাৰ ঐতিহাসিক হনুমান মন্দিৰত হনুমান জয়ন্তী পালন