WATCH | Bihu workshop : ছিপাঝাৰৰ বন্দনা ডান্স একাডেমীৰ বিহু আখৰাৰ সামৰণি
ছিপাঝাৰ,৭এপ্ৰিল : ছিপাঝাৰৰ বন্দনা ডান্স একাডেমীৰ বিহু আখৰাৰ সামৰণি ।
ছিপাঝাৰ উচতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত বন্দনা ডান্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা ৭ দিনীয়া বিহু প্ৰশিক্ষন কৰ্মশালাৰ সফল সামৰণি পৰে(Bihu workshop)।
অঞ্চলটোৰ শতাধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰা এই বিহু কৰ্মশালাৰ ক্ষেত্ৰত মুখ্য প্ৰশিক্ষক তথা বন্দনা ডান্স একাডেমীৰ সঞ্চালিকা বন্দনা বৰুৱাই সকলোকে ধন্যবাদ জনাই।
লগতে পঢ়ক : WATCH | Teok News : শ্ৰী শ্ৰী দক্ষিণপাট চটাই আশ্ৰমী সত্ৰত বিশ্ব শান্তি বাবে লক্ষ্মীনাৰায়ণৰ যজ্ঞ আৰম্ভ