WATCH | Bhupen Kumar Borah: ‘অসমত চলি থকা জংঘল ৰাজক লৈ কি ক’ব প্ৰধানমন্ত্ৰী মোদীয়ে?’
নিউজ ডেস্ক,২৫ফেব্ৰুৱাৰী : ‘অসমত চলি থকা জংঘল ৰাজক লৈ কি ক’ব প্ৰধানমন্ত্ৰী মোদীয়ে?’
‘এগৰাকী সাংসদক আক্ৰমণ কৰাৰ পাছতো কিয় অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই বিজেপি চৰকাৰে?’
দিল্লীৰ পৰাই গৰজি উঠিল সভাপতি ভূপেন বৰা(Bhupen Kumar Borah)