WATCH | Bhupen Kumar Borah:’মেহবুবুল হকক ভুৱা গোচৰ দি গ্ৰেপ্তাৰ কৰা হৈছে’:ভূপেন বৰা
নিউজ ডেস্ক,২৩ফেব্ৰুৱাৰী : ‘USTMক বহু বছৰ আগৰ পৰাই বিজেপি চৰকাৰে এটা টাৰ্গেট কৰি আহিছে’
‘USTMৰ কাৰণে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী হয় বুলি চৰকাৰে প্ৰচাৰ চলাইছিলে’
‘মেহবুবুল হকক ভুৱা গোচৰ দি গ্ৰেপ্তাৰ কৰা হৈছে’
‘বিজেপি চৰকাৰে বিভিন্ন প্ৰকাৰে USTMৰ আচাৰ্য মহবুবুল হকক বিপদত পেলাবলৈ চেষ্টা কৰি আহিছে’
USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(Bhupen Kumar Borah)
লগতে পঢ়ক:WATCH | Gaurav Gogoi: ‘চৰকাৰে অভিযোগ আনিলে নহ’ব তথ্যও থাকিবৰ লাগিব’ :গৌৰৱ গগৈ