WATCH | Bhupen Kumar Borah: USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ খুলিলে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই
নিউজ ডেস্ক,২২ফেব্ৰুৱাৰী : USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ খুলিলে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
মেহবুবুল হকক ভুৱা গোচৰ দি গ্ৰেপ্তাৰ কৰা হৈছে বুলি অভিযোগ ভূপেন বৰাৰ(Bhupen Kumar Borah)।
শনিবাৰে কাছাৰ জিলাৰ কালাইনত কংগ্ৰেছৰ সভালৈ আহি ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনে মন্তব্য কৰে।
লগতে পঢ়ক :WATCH | Sonari News: সোণাৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে টাইপাৰ এজাহাৰ দাখিল