WATCH | Bhupen Kumar Borah : মুখ্যমন্ত্ৰীয়ে শূন্যত গদা ঘূৰাই থাকিলে নহ’ব
নিউজ ডেস্ক,২৯মে’ : মুখ্যমন্ত্ৰীয়ে শূন্যত গদা ঘূৰাই থাকিলে নহ’ব
SITৰ তদন্ত প্ৰতিবেদনৰ বাবে আমাৰ ধৈৰ্য আছে, কিন্তু মুখ্যমন্ত্ৰীৰ ধৈৰ্য নাই
SIT দিয়াটো কংগ্ৰেছে বা গৌৰৱ গগৈয়েও বিৰোধিতা কৰা নাই
সাংসদ গৌৰৱ গগৈৰ পাকিস্তান বিতৰ্ক আৰু SIT সন্দৰ্ভত মন্তব্য ভূপেন বৰাৰ(Bhupen Kumar Borah)
লগতে পঢ়ক :WATCH | Rangia News : ৰঙিয়া মহাবিদ্যালয়ৰ নিচেই সমীপতে থকা সুৰাৰ বিপণীক লৈ অতিষ্ঠ ছাত্ৰ সমাজ