Bhupen Kumar Borah : APSC কেলেংকাৰী সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক,১৯ফেব্ৰুৱাৰী : অসম লোকসেৱা আয়োগৰ ন্যায়িক প্ৰতিবেদনক লৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। প্ৰতিবেদন দেখি মই মৰ্মাহত হৈছো। তৰুণ গগৈৰ আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি পথাৰত পৰিচিত হৈছে। তৰুণ গগৈ ডাঙৰীয়াই আগতেই কৈছিল হিমন্ত বিশ্ব শৰ্মাই এটা ফাইল আনিলে মই চকু মুদি চহী কৰো(Bhupen Kumar Borah)।
মৃত ব্যক্তিক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘এজন মৃত ব্যক্তিক জনমানসত হেয় কৰাৰ ষড়যন্ত্ৰ কৰা কথাটোক ভগবানেও ক্ষমা নকৰে’। ‘আন কেলংকাৰীত মৌন কিন্তু কেৱল তৰুণ গগৈৰ নাম লৈ থাকে’। APSC কেলেংকাৰী সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া।
লগতে পঢ়ক : WATCH| Dergaon News:যোদ্ধা হাফ মাৰাথানৰ উদ্যোগত দেৰগাঁৱত আজি প্ৰদৰ্শনীমূলক মাৰাথান