Local, Vocal, Global

WATCH | Bhupen Borah :‘এপেক্স বেংকৰ বিৰুদ্ধে কোনোবাই মুখ খুলিলে চৰকাৰে জে’লত ভৰাই থব’

নিউজ ডেস্ক,২৮ মাৰ্চ : ‘ দিলোৱাৰ হুছেইন এজন ব্যক্তি নহয়, আমাৰ এটা কণ্ঠ, আমাৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিজেপিয়ে চেষ্টা কৰিছে’

‘এপেক্স বেংকৰ বিৰুদ্ধে কোনোবাই মুখ খুলিলে চৰকাৰে জে’লত ভৰাই থব’

‘এপেক্স বেংকত আচলতে কি হৈ আছে মুখ্যমন্ত্ৰীয়ে ৰাইজক জনাব লাগে’

‘এপেক্স বেংক আমাৰ জাতীয় অনুষ্ঠান, হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰা অনুষ্ঠান নহয়’

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য(Bhupen Borah)

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁৱৰ কপিলী হাস্পতালৰ বিৰুদ্ধে গোচৰ ৰুজু