Local, Vocal, Global

WATCH | Bhupen Borah : ‘পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ ‘

নিউজ ডেস্ক,২৫মাৰ্চ : ‘পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ ‘

‘HS পৰীক্ষাৰ অজুহাতত পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে চৰকাৰে’

‘ভাৰতবৰ্ষৰ কোনে ৰাজ্যত পৰীক্ষাৰ পেপাৰ লিক নহয়,আমাৰ অসমত এটাও পৰীক্ষা পেপাৰ লিক নোহোৱাকৈ পাতিব নোৱাৰে’

৬ এপ্ৰিলত বিজেপিৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব ভূপেন বৰা(Bhupen Borah)

এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

লগতে পঢ়ক : WATCH | Congress Protest : অন্তিম দিনত মূৰত ঋণৰ বোজা লৈ কংগ্ৰেছৰ প্ৰতিবাদ