Local, Vocal, Global

WATCH | Bhupen Borah : ‘এতিয়া আত্মনিৰ্ভশীল অসম মানে আন্দোলন’

নিউজ ডেস্ক,১২মাৰ্চ : ‘এতিয়া আত্মনিৰ্ভশীল অসম মানে আন্দোলন’। ‘ৰাজ্যৰ পুঁজি যিমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুঁজি সিমান হ’ব লাগিব’।‘লুণ্ঠন চলাবৰ বাবেই ফ্লাইঅভাৰ বনাইছে হিমন্ত বিশ্ব শৰ্মাই’। ‘আন্দোলন কৰিব নোৱাৰিব, কৰিলেই চাকৰি হেৰুৱাব’। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা(Bhupen Borah)।

লগতে পঢ়ক : WATCH | Education Minister Dr Ranoj Pegu :‘প্ৰতিবাদ কৰাটো ভুল নহয়, তেওঁলোকৰ আৰম্ভণী নিযুক্তিয়ে আছিল অস্থায়ী’