WATCH | Bhupen Borah : কংগ্ৰেছ দলৰ বহু দুৰ্যোগৰ সময়ত APCC ৰ সভাপতিৰ দায়িত্ব মই চম্ভালি লৈছিলো’

নিউজ ডেস্ক,৩জুন : ‘কংগ্ৰেছ দলৰ বহু দুৰ্যোগৰ সময়ত APCC ৰ সভাপতিৰ দায়িত্ব মই চম্ভালি লৈছিলো’
‘ৰিপুণ বৰা, ভূৱনেশ্বৰ কলিতাই দল এৰাৰ পৰা কেইবাজনো বিধায়কে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰালৈ মই দেখিছিলো’
মোৰ তেতিয়াৰ সময় আৰু গৌৰৱ গগৈৰ এতিয়াৰ সময় সুকীয়া: ভূপেন বৰা(Bhupen Borah)
লগতে পঢ়ক : ৭দিন বাংলাদেশ সীমান্তত থাকি পুনৰ নিজ গৃহত উপস্থিত গুলজাৰ হুছেইন