WATCH | Bhupen Borah : ‘গৌৰৱ গগৈ এতিয়া এজন অভিজ্ঞ ৰাজনৈতিক নেতা ,তেওঁ এই দায়িত্ব পালনত সফল হ’ব’
নিউজ ডেস্ক,২৭মে’ : সদ্যপ্রাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল।গৌৰৱ গগৈক শুভেচ্ছা জনালে বিৰোধী দলপতি ভূপেন বৰাই। কার্যকালত সহযোগিতাৰ বাবে কংগ্রেছ কর্মীক কৃতজ্ঞতা ভূপেন বৰাৰ(Bhupen Borah)।
লগতে সংবাদমেল প্রাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় ‘গৌৰৱ গগৈ এতিয়া এজন অভিজ্ঞ ৰাজনৈতিক নেতা ,তেওঁ এই দায়িত্ব পালনত সফল হ’ব’। “মুখ্যমন্ত্ৰীয়ে মোক কৈছিল এপ্ৰিল-মে’ মাহত তোমাৰ চকীখনেই নাথাকিব”,”তেতিয়া মই মুখ্যমন্ত্ৰীক কৈছিলো যে আপোনাৰ চ’ৰ্চটো Weak Sourch”।”মোৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছিল মোক underestimate নকৰিবা”।