WATCH | Bhupen Borah : ‘মুখ্যমন্ত্ৰীয়ে তিনিবাৰ শপত গ্ৰহন কৰিবলৈ কোন দলৰ পৰা গৈছিল ?’
নিউজ ডেস্ক,২১এপ্ৰিল : ‘যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতিৰ ক’ খ শিকালে’
‘মুখ্যমন্ত্ৰীয়ে তিনিবাৰ শপত গ্ৰহন কৰিবলৈ কোন দলৰ পৰা গৈছিল ?’
‘হিমন্ত বিশ্ব শৰ্মা স্মৃতি শক্তিটো বিলুপ্তি হোৱা নাই’
‘হিমন্ত বিশ্ব শৰ্মাৰ দৰে নৰেন্দ্ৰ মোদীক ইমান বেয়াকৈ কোনো কংগ্ৰেছীয়ে কোৱা নাই’
‘হিমন্ত বিশ্ব শৰ্মাৰ আচল স্বৰূপটো অসমৰ ৰাইজে লাহে লাহে বুজি পাইছে’
মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক লুঙীৰ প্ৰতীকত নিৰ্বাচন খেলিবলৈ কোৱা সন্দৰ্ভত ভূপেন বৰাৰ প্ৰত্যুত্তৰ(Bhupen Borah)
লগতে পঢ়ক : WATCH | Panchayat Election : পঞ্চায়ত নিৰ্বাচনত এন্ট্ৰি মাৰিলে শুকুৰ আলীয়ে