WATCH | Bhupen Borah : ‘অসম পুলিচে খাকী পোছাকত ”বিজেপি”ৰ পুলিচ বুলি লিখি লওক’
নিউজ ডেস্ক,১৭এপ্ৰিল : ‘অসম পুলিচে খাকী পোছাকত ”বিজেপি”ৰ পুলিচ বুলি লিখি লওকঃভূপেন বৰা
‘কংগ্ৰেছৰ প্ৰাৰ্থী বিলাকক ঘৰে ঘৰে গৈ ধমকি দি, দাদাগিৰি কৰি প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাইছে’
‘বিজেপিয়ে নিজৰ ইচ্ছামতে আমাৰ প্ৰাৰ্থীক ভয় ভাবুকি দিছেঃ ভূপেন বৰা(Bhupen Borah)
লগতে পঢ়ক : WATCH | Dilip Saikia : ‘অনুশাসন প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, কাৰ্যকৰ্তা সকলোৰে বাবে সমান’