WATCH | Bhupen Borah : ‘এতিয়াৰে পৰা নাগৰিক সমাজে ক’ব বিৰোধী ঐক্যৰ কথা’
নিউজ ডেস্ক,৫মাৰ্চ : “নাগৰিক সমাজে কৈছে যেতিয়ালৈকে বিৰোধী ঐক্যৰ চেষ্টাক পূৰ্ণাংগ ৰূপ দিব নোৱাৰে তেতিয়ালৈকে দলবোৰে একো মন্তব্য কৰিব নালাগে। এতিয়াৰ পৰা নাগৰিক সমাজে ক’ব বিৰোধী ঐক্যৰ কথা। বিৰোধী ঐক্যই পূৰ্ণাংগ ৰূপ পালে নাগৰিক সমাজে জনাব”
APCCৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া(Bhupen Borah)।
লগতে পঢ়ক :WATCH | Gelakey News : গেলেকীৰ মুদি নগৰ চাহ বাগিচাৰ কৰ্তৃপক্ষৰ প্ৰশংসনীয় পদক্ষেপ