Local, Vocal, Global

WATCH : Bhupen Borah : APCC ৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

নিউজ ডেস্ক,২৩মাৰ্চ : APCC ৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত যোগদান কাৰ্যসূচী

আম আদমী পাৰ্টিৰ লগতে আছুৰ নেতাৰ যোগদান। প্ৰায় ৩০ গৰাকী নেতাই যোগদান কৰিব কংগ্ৰেছত। ভূপেন বৰাৰ ঘোৰামৰাস্থিত বাসগৃহত এই যোগদান কাৰ্য্যসুচী(Bhupen Borah)

মনোৰঞ্জন তালুকদাৰৰ অডিঅ টেপিঙক লৈও মন্তব্য

লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰৰ KFC ত কৰ্মৰত যুৱতীক অশ্লীল ইংগিতৰ অভিযোগ