Watch | Bhaona Ceremony held in Nagaon: নগাঁও নেহেৰুৱালি বাকৰিত তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন ভাওনা সমাৰোহ
নগাঁও : নগাঁও নেহেৰুৱালি বাকৰিত তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন ভাওনা সমাৰোহৰ। তিনিদিনীয়া কাৰ্য্যসূচীৰ অন্তিম দিনা কাৰ্য্যসূচীত মঞ্চস্থ কৰা হয় গুৰুজনাৰ অন্যতম সৃষ্টিৰাজি কেলি গোপাল নাট।
উল্লেখ্য যে যোৱা ১২ বছৰ ধৰি নেহেৰুৱালি বাকৰিত ভাওনা সমাৰোহ আয়োজন কৰি অহা হৈছে। অন্তিম দিনা কাৰ্য্যসূচীত নগাঁৱৰ ভিন্ন প্ৰান্তৰ লোক সমাগম হোৱা পৰিলক্ষিত হয়।