Local, Vocal, Global

WATCH | Bhabesh kalita: “এইটো আমাৰ কালাৰ নহয়”, এইটো তোমাৰ জিঞ্চ পেন্টৰ কালাৰ হৈছে বন্ধু”

ৰঙিয়া,১৭মাৰ্চ : “কথাটো কৈ দিওঁ আৰু বেয়া নাপাব।চিলিঙৰ কালাৰটো ভাল হোৱা নাই এইটো কৃষ্ণৰ কালাৰ হোৱা নাই।এইটো গেৰুৱা কালাৰ হ’ব লাগে”।

“এইটো আমাৰ কালাৰ নহয়”, এইটো তোমাৰ জিঞ্চ পেন্টৰ কালাৰ হৈছে বন্ধু”। “আপোনালোকে ভুল নবুজিব এইটো আপোনালোকৰ ভুল নহয় এইটো টেন্ট হাউচৰ ভুল”। ভুল যিহেতু কৰিছে ৫০০০টকা ফাইন মানে তেওঁলোকক ৫০০০টকা কমকৈ দিব এই মন্তব্য”।

ৰঙিয়া কুমাৰপাৰা বৰনামঘৰত অনুষ্ঠিত হৈ যোৱা ৬০তম মহোৎসৱত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়ক ভৱেশ কলিতাই(Bhabesh kalita)।

লগতে পঢ়ক : WATCH | Road Accident : হাজোত ডাম্পাৰৰ দৌৰাত্ম্য