Local, Vocal, Global

Bathou Puja 2025: আজি বড়ো সমাজৰ পবিত্ৰ বাথৌ পূজা

ধেমাজি,২৮জানুৱাৰী : আজি বড়ো সমাজৰ পবিত্ৰ বাথৌ পূজা। বাথৌ পূজাৰ উপলক্ষে গোগামুখত বড়ো বাথৌ সমাজৰ জাগৰণ। গোগামুখ পূৱ বালি গাঁৱৰ পৰা প্ৰায় ২০ কিলোমিটাৰ অতিক্ৰমী নলবাৰীলৈ বাথৌ ধৰ্মীয় অনুষ্ঠান প্ৰতীকি লৈ শান্তি শোভাযাত্ৰা কৰে হাজাৰ হাজাৰ বড়ো লোকে(Bathou Puja 2024)।

ইয়াৰ জৰিয়তে ধৰ্মীয় শান্তি বাৰ্তা আৰু জাগৰণ কৰাৰ উদ্দেশ্যেৰে এই শোভাযাত্ৰা বাহিৰ কৰে। উল্লেখ্য যে, সোমবাৰে পৰাই গোগামুখ নলবাৰীত বাথৌ সমাজৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে বাথৌ উৎসৱ।

লগতে পঢ়ক :Patharughat farmers riot: ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ১৩১ বছৰ