Local, Vocal, Global

WATCH : Barpeta News : গ্ৰীণ কাজিৰঙা ৰেষ্টুৰেন্টত নাৰীদেহ ব্যৱসায় !

বৰপেটা,১৯ মাৰ্চ : বৰপেটাৰ নগাঁৱস্থিত গ্ৰীণ কাজিৰঙা ৰেষ্টুৰেন্টত আৰক্ষীৰ অভিযান।

দীৰ্ঘদিনৰ পৰা ৰেষ্টুৰেন্ট খনত নাৰীদেহ ব্যৱসায় চলি থকাৰ অভিযোগ।

মঙলবাৰে বৰপেটা সদৰ আৰক্ষীৰ অভিযান চলাই দেহ ব্যৱসায়ৰ লগত জড়িত থকা দুজনী ছোৱালীসহ এজন কৰ্মচাৰীক আটক কৰে(Barpeta News)।

আটকাধীন কৰ্মচাৰীজনৰ নাম ফিৰোজ আহমেদ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Bilasipara News : AIUDF ৰ বিধায়ক ছামছুল হুদাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেশী জনগোষ্ঠী মঞ্চৰ