WATCH | Barpeta News : দ্বিতীয় বৈকুণ্ঠপুৰি বৰপেটা সত্ৰ নগৰী

বৰপেটা,১৬মাৰ্চ : দ্বিতীয় বৈকুণ্ঠপুৰি বৰপেটা সত্ৰ নগৰী।
বৰপেটাৰ কীৰ্তন ঘৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম।
আবিৰৰ ৰঙত ৰঙীন ৰাজ্যৰ আকাশ-বতাহ। হোলী গীতত মুখৰিত ৰাজ্যৰ চৌদিশ। বৰপেটাৰ কীৰ্তন ঘৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে ।
কণ কণ লৰাসকলৰ মুখে মুখে এতিয়াৰ পৰা হোলী গীত চৰ্চিত হৈ পৰিছে(Barpeta News)।
হোলী বুলি কলেই গোটেই অসম খনৰ ভিতৰত এক অন্যতম হৈছে বৰপেটা হোলী ।
দুৰ দূৰণিৰ পৰা বৰপেটাৰ হলী চাবলৈ আৰু প্ৰভু শ্ৰী কৃষ্ণৰ আশীষ লবলৈ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে।