Local, Vocal, Global

Watch | Barpeta news: চেঙাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

বৰপেটা : চেঙাত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু।
বৰপেটা জিলাৰ নিজ চেঙা গাঁৱৰ গোলাপী দাস (৪২)নামৰ মহিলা গৰাকীৰ আজি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।
দিনৰ সময়ত বিছনাত শুই থকা অৱস্থাত টেবুল ফেনত ভৰি লগাৰ ফলত মৃত্যু হোৱা বুলি জানিৱ পৰা গৈছে।
বাসগৃহত পৰিয়ালৰ আন কোনো লোক নথকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হয় মহিলাগৰাকীৰ।

লগতে পঢ়ক: Watch | Gosaigaon news: বঙাইগাওঁৰ পৰা মুছলিম ছাত্ৰ সন্থা,অসমৰ সভাপতি আশ্বিক ৰাব্বানীৰ গৰ্জন