Local, Vocal, Global

WATCH | Barpeta News : বৰপেটাৰ দাবালিয়া পাৰাত আজৱ ঘটনা

বৰপেটা,২০মে’ : বৰপেটাৰ দাবালিয়া পাৰাত আজৱ ঘটনা।

এডাল আহত গছৰ পৰা অহৰহ ভাবে নিৰ্গত হৈ আছে ধোঁৱা।

মটৰ লগাই পানী মাৰিও ধোঁৱা নিৰাময় কৰিব নোৱাৰি খবৰ দিয়া হৈছিল অগ্নি নিৰ্বাপক বাহিনীক।

অগ্নি নিৰ্বাপক বাহিনী আহিও ধোঁৱা নিৰাময় কৰিব নোৱাৰিলে(Barpeta News)।

সোমবাৰৰ পৰা এই মুহূৰ্তলৈ নিৰ্গত হৈ আছে ধোঁৱা।

বন বিভাগ উপস্থিত হৈ ইয়াৰ কাৰণ বিচাৰি নোপোৱাত বিমোৰত অঞ্চলবাসী।

লগতে পঢ়ক : WATCH | Hajo News : হাজোত পথ অৱৰোধ শ শ কৃষকৰ;হাতত ধানৰ মুঠি লৈ ৰাজ পথলৈ ওলাই আহিছে কৃষক সকল