Watch | Barpeta holi: বৰপেটা সত্ৰ নগৰী বৰ্তমান দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিগণিত হৈছে
বৰপেটা: ৰঙে ৰখে একাকাৰ হৈ পৰিছে বৰপেটা সত্ৰ নাগৰী। মহা পুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱে স্থাপিত সুন্দৰ দিয়া সত্ৰৰ। শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসব উপলক্ষে মুকলি পথ হলী গীত প্ৰতিযোগিতা আয়োজন কৰিছে ।লগতে বৰপেটা ছটোকান কাৰাটে ডো ইনিষ্টিটিউতৰ আয়োজনত হলী গীত প্ৰতিযোগিতা আয়োজন কৰে ।ৰঙে ৰসে মধুময় পৰিৱেশ বৰপেটা সত্ৰ নাগৰী । পথ যাত্ৰাত বহুতো দল দেখিবলৈ পোৱা গৈছে । গোটেই বৰপেটা নগৰ খন পথ যাত্ৰা কৰি ফাকুৱাৰ ৰঙেৰে মাধুময় পৰিৱেশৰ সৃষ্টি কৰি তুলিছে ।