Local, Vocal, Global

WATCH | Bank News : বেংকত কৰ্মচাৰীয়ে আপোনাক দুৰ্ব্যৱহাৰৰকৰিছে নেকি?

নিউজ ডেস্ক,৩১মে’ : বেংকত কৰ্মচাৰীয়ে আপোনাক দুৰ্ব্যৱহাৰৰকৰিছে নেকি?

বেংকৰ কামৰ বাবে আপোনাক ঘণ্টা ঘণ্টা ধৰি থিয় কৰাই ৰাখিছে নেকি?

বেংক কৰ্মচাৰীয়ে আপোনাক বা আপোনাৰ কামক লৈ অৱহেলা কৰিছে নেকি?

তেন্তে এতিয়াৰে পৰা চিন্তা নাই বেংক কৰ্মচাৰীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ

মুকলি কৰা হ’ল কেইবাটাও বিশেষ নম্বৰ(Bank News)

অভিযোগ সত্য প্রমাণ হ’লে চাকৰি পৰ্যন্ত যাব বেংক কৰ্মচাৰীৰ

বেয়া ব্যৱহাৰৰ সন্মুখীন হ’লেই ফোন কৰি দিব পাৰিব অভিযোগ

SBI গ্ৰাহকৰ বাবে – 1800-1234,1800-2100

যিকোনো মুহূৰ্ততে আপুনি দিব পাৰিব অভিযোগ

একেদৰে AXIS বেংকৰ গ্ৰাহকৰ বাবেও মুকলি কৰা হ’ল দুটাকৈ নম্বৰ 18002095577,1860 419 5555

বন্ধন বেংকৰ বাবে – 033-6633-3333,033-4090-3333

HDFC বেংকৰ ফালৰ পৰাও মুকলি কৰা হ’ল বিশেষ নম্বৰ 9957193333।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : যোৰহাট ৰৰৈয়া বিমানবন্দৰত গৌৰৱ গগৈক দলীয় নেতা-কর্মীৰ আদৰণি