Local, Vocal, Global

Bamboo Bridge Collapses in Dhemaji : ধেমাজিত ভয়ংকৰ ঘটনা

ধেমাজি, ২৬অক্টোবৰ : ধেমাজিত ভয়ংকৰ ঘটনা । ধেমাজিত দলং ভাঙি পৰিল ছাত্ৰ-ছাত্ৰী । ধেমাজিৰ জোনাইৰ চহবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । দুৰ্ঘটনাত ২০গৰাকী ছাত্ৰ-ছাত্ৰী আহত। আহত ছাত্ৰ-ছাত্ৰীক বৰ্তমান চিকিৎসায়লৈ প্ৰেৰণ(Several students injured after bamboo bridge collapses in Dhemaji, condition of 5 serious) ।

উন্নয়নৰ প্ৰকৃত ছবি এয়া । উন্নয়নৰ ঢাক ঢোল বজাই থকা শাসনাধিষ্ঠ চৰকাৰ খনৰ উন্নয়নৰ নমুনা । উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ(Bamboo Bridge Collapse In Dhemaji Injures 20 Students) ।

বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?

যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?

খবৰ লবলৈ আহৰি আছে নে জনপ্ৰতিনিধিৰ ? নে উন্নয়নৰ ঢাক-ঢোল বজোৱা ব্যস্ত হৈ আছে । উন্নয়নৰ নমুনা দেখিলে হতভম্ভ হৈ পৰিব আপুনিও । একাংশই কেৱল যেন ৰাইজক ভোট বেংক হিচাপে ব্য়ৱহাৰ কৰি আহিছে ।

লগতে পঢ়ক :Deprived From Govt Schemes : বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?