Local, Vocal, Global

Bajali Wedding: সুদুৰ হাৰিয়ানাৰ পৰা ডিঙিত টকাৰ মালা পিন্ধি বজালীৰ পৰা কইনা নিবলৈ আহিল দৰা

নিউজ ডেস্ক,১৮নৱেম্বৰ : সুদুৰ হাৰিয়ানাৰ পৰা ডিঙিত টকাৰ মালা পিন্ধি বজালীৰ পৰা কইনা নিবলৈ আহিল দৰা।

উখল-মাখল বজালীৰ খাটনিয়াৰপাৰা। খাটনিয়াৰৰ সুস্মিতাৰ বিয়াক লৈ উখল-মাখল খাটনিয়াৰপাৰ।

নিশা কইনা নিবলৈ আহিল হাৰিয়ানাৰ দৰা গগণদীপ সিং ৰহিলাই(Bajali Wedding)।

আনতকৈ ব্যতিক্ৰমী ৰূপত কইনা নিবলৈ আহিলে গগণদীপে। মূৰত ফুলৰ মালা, ডিঙিত টকাৰ মালা পিন্ধি বজালীত কইনা নিবলৈ আহিল দৰা।

ডিঙিত খমখমীয়া ২০০-৫০০ টকীয়া নোট লৈ বিয়া কৰাবলৈ আহিব গগণদীপে।

সামাজিক মাধ্যমত এতিয়া ব্য়াপত চৰ্চিত হৈ পৰিছে এই বিবাহখন।

লগতে পঢ়ক:Sensational Incident : নৃশংস হত্যাকাণ্ড!JCB ৰে গাঁত খান্দি উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ