Local, Vocal, Global

Bail denied to Former AASU general secretary Shankar Jyoti Baruah :আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিন নাকচ!

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিন নাকচ।

কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে জামিন। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকী !

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে বহু বিস্ফোৰক আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী যুৱতীয়ে৷ যুৱতীগৰাকীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতিৰ বিৰুদ্ধে প্ৰেমৰ নামত প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল।কিছুদিন পূৰ্বে আছু সাধাৰণ সম্পাদকৰ পদ এৰিছিল শংকৰজ্যোতি বৰুৱাই(Bail denied to Former AASU general secretary Shankar Jyoti Baruah)।

লগতে পঢ়ক : School schedule changed due to extreme heat in Nagaon : উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি