Local, Vocal, Global

WATCH | Badruddin Ajmal : ‘বুঢ়ী মহিলাক বুঢ়ী বুলি নকৈ জীয়ৰী বুলি কম নেকি?’

নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : বুঢ়ী মহিলাক বুঢ়ী বুলি নকৈ জীয়ৰী বুলি কম নেকি?

অখিল গগৈৰ পত্নীক ধুনীয়া,সুন্দৰী ,মিছ ইন্দিয়া বুলি ক’লে কেছ উঠাই ল’ব নেকি?

সাংবাদিকে অখিল গগৈৰ পত্নীৰ প্ৰশ্ন সোধাত খঙত টিঙিৰি-তুলা হ’ল বদৰুদ্দিন আজমল

অখিল গগৈৰ পত্নীক লৈ বদৰুদ্দিন আজমলৰ মন্তব্য়(Badruddin Ajmal)

লগতে পঢ়ক :WATCH | IIT Baba : ভৱিষ্যদ্বাণী কয় বিপদতত আই আই টি বাবা