Avinash Saikia Held for Misappropriation of Govt Funds : মাজুলীত আৰক্ষীৰ জালত জিলা শিশু সুৰক্ষা গোটৰ কৰ্মচাৰী

নিউজ ডেস্ক,১৯অক্টোবৰ : মাজুলীত আৰক্ষীৰ জালত জিলা শিশু সুৰক্ষা গোটৰ কৰ্মচাৰী ।
চৰকাৰী ধন আত্মসাৎৰ অভিযোগত আটক অবিনাশ শইকীয়াক।
কমলাবাৰীৰ কাঠনিবাৰীৰ ঘৰৰ পৰা অবিনাশ শইকীয়াক আটক কৰে আৰক্ষীয়ে।
অবিনাশ শইকীয়াৰ বিৰুদ্ধে ডেৰ লাখ টকা আত্মসাৎৰ অভিযোগ(Avinash Saikia Held for Misappropriation of Govt Funds)।
শিশু সুৰক্ষা গোটৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অভিযোগতৰ ভিত্তিত আটক কৰে অবিনাশ শইকীয়াক।
সম্প্ৰতি গড়মূৰ আৰক্ষীয়ে অবিনাশ শইকীয়াক আটক কৰি সোধা-পোছা অব্যাহত আছে ৰাখিছে।