Local, Vocal, Global

Atishi to take oath as Delhi’s youngest chief minister today : আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই(Atishi to take oath as Delhi’s youngest chief minister today)।

ৰাজ নিৱাসত বিয়লি ৪.৩০ বজাত শপত ল’ব আতিশী মাৰ্লেনাই(Atishi Marlena to be sworn in as Delhi’s Chief Minister at 4:30 pm today)।দিল্লীৰ উপ-ৰাজ্যপালে শপতবাক্য পাঠ কৰোৱাব মুখ্যমন্ত্ৰী আতিশীক ।

আতিশীৰ লগতে শপত লব ৫গৰাকী মন্ত্ৰীয়ে ।আতিশী মাৰ্লেনা হ’ব দিল্লীৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী ।

লগতে পঢ়ক :Love jihad in Assam: ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা