Local, Vocal, Global

Massive Fire Breaks Out at Mangaldoi : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ

নিউজ ডেস্ক,৪এপ্ৰিল : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ ।

মঙলদৈৰ বাঘপৰিত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড।অগ্নিকাণ্ড ফলত ৪টাকৈ পৰিয়াললৈ নিমিষতে নামি আহিল কাল অমানিশা। জ্বলি ছাৰখাৰ হ’ল বাসগৃহ(Massive Fire Breaks Out at Mangaldoi)।