Local, Vocal, Global

বিতৰ্কৰ আৱৰ্তত অসম চৰকাৰৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক

নিউজ ডেস্কঃ বিতৰ্কৰ আৱৰ্তত অসম চৰকাৰৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক
সহকাৰী পঞ্জীয়ক কুশল কোঁৱৰৰ বিৰুদ্ধে নিয়ম ভংগৰ অভিযোগ
কোঁৱৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন যোৰহাট সমবায় সমিতিৰ
কোঁৱৰে সমবায় সমিতিৰ নীতি-নিয়ম ভংগ কৰা বুলি দাবী সমিতিখনৰ
ভুৱা অভিযোগেৰে সমিতিখন ভংগ কৰাৰ ষড়যন্ত্ৰ ৰচা বুলিও দাবী
সহকাৰী পঞ্জীয়কজনৰ বিৰুদ্ধে কৰ্তৃপক্ষক অভিযোগ দাখিল সমিতিৰ
অভিযোগ দাখিল কৰা সত্বেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ