Local, Vocal, Global

Assault On Manipuri Woman In Delhi : পুনৰ ভাইৰেল মেইটেই সম্প্ৰদায় লোকক আক্ৰমণ কৰা আন এক ভিডিঅ’ !

নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ : পুনৰ ভাইৰেল মেইটেই সম্প্ৰদায় লোকক আক্ৰমণ কৰা আন এক ভিডিঅ’। এক মিনিটৰ এটা ভিডিঅ’ এতিয়া সামজিক মাধ্যমত তোলপাৰ লগাইছে (Assault On Manipuri Woman In Delhi)।

এইবাৰ দিল্লীত ভাইৰেল’ মেইটেই সম্প্ৰদায়ৰ মহিলাক কুকি সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰাৰ।

উল্লেখ্য যে, দিল্লীৰ ছানলাইট কলনীৰ এটা ৰাজপথত মণিপুৰৰ এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে নিশা সামজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিডিঅ’। যিটো ভিডিঅ’ত ৰাস্তাৰ সিপাৰৰ বেলকনিৰ পৰা ম’বাইলত বন্দী হয়। এই ভিডিঅ’টোয়ে এটাই সামজিক মাধ্যমত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে(Assault On Manipuri Woman In Delhi; Police Launch Investigation)।

অভিযোগ অনুসৰি ম’বাইলত বন্দী দৃশ্য অনুসৰি এগৰাকী মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ মহিলাক কুকি সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিছে ।

আৰক্ষীৰ ঘটনাৰ তদন্তৰ অন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি এই ঘটনাটো এটা ব্যক্তিগত বিবাদৰ আছিল আৰু দুয়োপক্ষই ইজনে সিজনৰ চিনাকি।

ইফালে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে।

লগতে পঢ়ক :20 Yr Old Man Kills Girlfriend in Hotel : প্ৰেমিকাক হত্য়া কৰি প্ৰেমিকে হোৱাটছএপ ষ্টেটাছত লগালে মৃতদেহৰ ফটো