Local, Vocal, Global

Assam’s 5 constituency By-Elections date announced : অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক,১৫অক্টোবৰ : অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা।

নিৰ্বাচন আয়োগে মঙলবাৰে সংবাদমেল যোগে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ দিন।

অসমৰ চামগুৰি, ধলাই, বঙাইগাঁও, বিহালী আৰু ছিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা।

১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৫টা সমষ্টিত নিৰ্বাচন(Assam’s 5 constituency By-Elections date announced)।

২৩ নৱেম্বৰত হ’ব নিৰ্বাচনৰ ভোটগণনা।

১৮ অক্টোবৰত জাৰি হ’ব নিৰ্বাচনী অধিসূচনা।

২৫ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

৩০ অক্টোবৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।

লগতে পঢ়ক : Woman Goes Missing While Taking Bath in River : বৰনদীত গা ধুবলৈ গৈ সন্ধানহীন দুগৰাকী মহিলা