Assam Youth Goes Missing in Bengaluru : কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন গহপুৰৰ যুৱক

নিউজ ডেস্ক,২৯জানুৱাৰী : কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন গহপুৰৰ যুৱক(Assam Youth Goes Missing in Bengaluru)৷
১০ দিন ধৰি সন্ধান নাই চত্ৰং লালপানীৰ নিৰন গোৱালাৰ৷
কামৰ সন্ধানত ১৯জানুৱাৰীত বাংগালুৰুলৈ গৈছিল নিৰন
কোনো ব্যক্তিয়ে নিৰনৰ সন্ধান পালে 69001-68764, 84385-72445 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ ৷
লগতে পঢ়ক :Encounter in Guwahati:গুৱাহাটীত পুনৰ চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী