Local, Vocal, Global

Assam Youth Goes Missing : ন-শদিয়াৰ ভৱলা গাঁৱত অঘটন; ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু বিচাৰিবলৈ গৈ সন্ধানহীন যুৱক

নিউজ ডেস্ক,৩০জুন : ন-শদিয়াৰ ভৱলা গাঁৱত অঘটন। ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু বিচাৰিবলৈ গৈ সন্ধানহীন এজন যুৱক । সন্ধানহীন যুৱকজন ডিম্বেশ্বৰ সোণোৱাল বুলি জানিব পৰা গৈছে(Assam Youth Goes Missing)।

ডিম্বেশ্বৰ সোণোৱালক এৰাসুঁতিৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সন্দেহ। ভৱলা গাঁৱত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

লগতে পঢ়ক : Illegal Bangladeshi Immigrants continues in India : আগৰতলা ৰে’ল ষ্টেচনত আটক ১১ টাকৈ বাংলাদেশী