Local, Vocal, Global

Assam Tribune Director ‘Surajit Govinda Baruah’ Passes Away : আছাম ট্ৰিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান

নিউজ ডেস্ক,১৫অক্টোবৰ : আছাম ট্ৰিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বৰুৱাৰ।

মঙলবাৰে দিনৰ প্ৰায় ১০-৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই(Assam Tribune Director ‘Surajit Govinda Baruah’ Passes Away at 72)।

মহানগৰীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত বিয়োগ ঘটে সুৰজিৎ গোবিন্দ বৰুৱাৰ।

দুৰ্গা পূজাৰ আগৰ পৰাই চিকিৎসাধীন হৈ আছিল বৰুৱা।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

উল্লেখ কৰা প্ৰয়োজন যে তুলসী গোবিন্দ বৰুৱাৰ পুত্ৰ আছিল তেঁও।আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ অন্যতম স্বাত্বাধিকাৰী আছিল বৰুৱা।

লগতে পঢ়ক :Man goes Missing : গৰু গৰু চৰাবলৈ গৈ সন্ধানহীন ছিপাঝাৰৰ গোলোক ডেকা